/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/18288af7-31b7-4bfb-9d1b-665168c583ad/akhil.jpg)
Akhil Gogoi suspended from Assam assembly
ডিজিটেল ডেস্ক: পুনৰ সদনৰ পৰা বহিষ্কাৰ হল বিধায়ক অখিল গগৈ। মাধ্যম বিতৰ্কত অংশ লৈছিল বিধায়ক গৰাকীয়ে। তাৰ পাছতেই বাহিৰ হ'ল বিধায়ক গৰাকী।
মাধ্যম নীতিৰ বিৰোধিতা কৰিছিল অখিল গগৈয়ে। অধ্যক্ষই বান্ধি দিয়া সময়তকৈ অধিক সময় লৈছিল বিধায়ক গৰাকীয়ে। অধ্যক্ষই বহিবলৈ কোৱাত প্রতিবাদ কৰিছিল অখিল গগৈয়ে।
লগতে NEPক লৈ ভুল ব্যাখ্যা দিয়া বুলি কৈছিল অখিল গগৈয়ে। শিক্ষামন্ত্রীয়েও ভুল ব্যাখ্যা দিয়াৰ অভিযোগ উত্থাপন হৈছিল। সময়তকৈ বেছি সময় বিচাৰি প্ৰতিবাদ কৰিছিল গগৈয়ে।যাৰ বাবে বহিষ্কাৰ হ'বলগীয়া হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us