উন্নত চিকিৎসাৰ বাবে বুধবাৰে বাংগালোৰলৈ নিয়া হ’ব শিৱসাগৰৰ বিধায়ক অখিল গগৈক...

গুৰুতৰভাৱে অসুস্থ বিধায়ক অখিল গগৈ
akhil gogoi
akhil gogoi
  • গুৰুতৰভাৱে অসুস্থ বিধায়ক অখিল গগৈ।

  • হৃদৰোগত আক্রান্ত হৈ জি.এম.চি.এইছত চিকিৎসাধীন আছিল অখিল গগৈ।

  • সোমবাৰে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে বিধায়কগৰাকীক।

  • উন্নত চিকিৎসাৰ বাবে বুধবাৰে বাংগালোৰলৈ নিয়া হ’ব বিধায়কগৰাকীক।

  • বাংগালোৰৰ নাৰায়ণা হেল্থ হাস্পতালত চিকিৎসা চলিব অখিল গগৈৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in