New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/742cce88-00ee-466b-8a4c-780100f9b31c/akhhhh.jpg)
akhil gogoi
গুৰুতৰভাৱে অসুস্থ বিধায়ক অখিল গগৈ।
হৃদৰোগত আক্রান্ত হৈ জি.এম.চি.এইছত চিকিৎসাধীন আছিল অখিল গগৈ।
সোমবাৰে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে বিধায়কগৰাকীক।
উন্নত চিকিৎসাৰ বাবে বুধবাৰে বাংগালোৰলৈ নিয়া হ’ব বিধায়কগৰাকীক।
বাংগালোৰৰ নাৰায়ণা হেল্থ হাস্পতালত চিকিৎসা চলিব অখিল গগৈৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us