অসম মুখ্য-পৃষ্ঠা উন্নত চিকিৎসাৰ বাবে অখিল গগৈক নিয়া হ'ব দিল্লীলৈ... জি এম চি এইছত ভৰ্তি হৈ আছে অখিল গগৈ Asomiya Pratidin 30 Oct 2022 13:09 IST Follow UsNew Updateakhil gogoi উন্নত চিকিৎসাৰ বাবে অখিল গগৈক নিয়া হ'ব দিল্লীলৈ। জি এম চি এইছত ভৰ্তি হৈ আছে অখিল গগৈ।হৃদৰোগত ৰোগত আক্ৰান্ত অখিল গগৈ।জটিল অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন হ'ব শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীক। assam guwahati akhil gogoi gmchআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক