জিলা প্ৰসাশনে জিগনেশ মেৱানীক সাক্ষাৎ কৰিবলৈ অনুমতি নিদিলে অখিল গগৈক

জিলা প্ৰসাশনে জিগনেশ মেৱানীক সাক্ষাৎ কৰিবলৈ অনুমতি নিদিলে অখিল গগৈক

author-image
asomiyapratidin
New Update
জিলা প্ৰসাশনে জিগনেশ মেৱানীক সাক্ষাৎ কৰিবলৈ অনুমতি নিদিলে  অখিল গগৈক

ডিজিটেল সংবাদ, কোকৰাঝাৰ: গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক সাক্ষাৎ কৰিবলৈ কোকৰাঝাৰত উপস্থিত হয় অখিল গগৈ । কিন্তু জিলা প্ৰসাশনে জিগনেশ মেৱানীক সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান নকৰিলে অখিল গগৈক ।

Advertisment

সম্প্ৰতি আৰক্ষীৰ তিনিদিনৰ জিন্মাত আছে জিগনেশ মেৱানীক । বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অখিল গগৈৰ । প্ৰদেশ কংগ্ৰেছৰ নেৰ্তৃবৰ্গও উপস্থিত কোকৰাঝাৰত । কোকৰাঝাৰত সম্প্ৰতি উত্তাল পৰিৱেশ ।

আৰু পঢ়ক: বুঢ়িদিহিং নৈত জাঁপ দিলে নৱম শ্ৰেণীৰ ছাত্ৰীয়ে, SDRF ৰ উদ্ধাৰ অভিযান অব্যাহত…

assam kokrajhar congress