/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/a4f261c0-d471-435f-9cbb-a3015fec6c84/akhilll.jpg)
akhil gogoi
ডিজিটেল ডেস্ক : শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত। দুদিন পূৰ্বে শাৰীৰিক অসুস্থতাৰ বাবে দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অখিল গগৈক।
উল্লেখ্য যে কিছু দিন ধৰি বুকুৰ বিষত ভুগি আছে বিধায়কগৰাকী। দিল্লীৰ পৰা অসমলৈ আহি শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হয় বিধায়কগৰাকী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us