/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/n867k6j8/web-4.png)
-
ভংগ নহয় অসম সন্মিলিত মৰ্চা।
-
কংগ্ৰেছক বাদ দি বাকীবোৰ বিৰোধী দল থাকিব মৰ্চাত।
-
মৰ্চাৰ নতুন সভাপতিৰ দায়িত্বত সাংসদ অজিত কুমাৰ ভূঞা।
-
মৰ্চাৰ কাৰ্যকৰী সভাপতি হ’ব জন ইংতি কাথাৰ।
-
আন এজন কাৰ্যকৰী সভাপতি হ’ব সুপ্ৰকাশ তালকদাৰ।
-
মৰ্চাৰ সাধাৰণ সম্পাদক হৈ থাকিব লুৰীণজ্যোতি গগৈ।
-
আন ৪টা সমষ্টিতো মৰ্চাই প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে চিন্তা- চৰ্চা কৰিছে।
-
সংবাদমেলযোগে এই কথা ঘোষণা কৰিলে অসম সন্মিলিত মৰ্চাৰ নেতৃত্বই।