নৃশংসভাৱে গৃহস্থক হত্যা কৰি চুৰি কৰি নিলে সামগ্ৰী...

নৃশংসভাৱে গৃহস্থক হত্যা কৰি চুৰি কৰি নিলে সামগ্ৰী...

গুৱাহাটীত চোৰৰ ৰূপত ৪ জন হত্যাৰ অভিযুক্ত। প্ৰায় ১ বছৰ পাছত পোহৰলৈ আহে সমগ্ৰ ঘটনা।

ডিজিটেল ডেস্কঃ গুৱাহাটীত চোৰৰ ৰূপত ৪ জন হত্যাৰ অভিযুক্ত। প্ৰায় ১ বছৰ পাছত পোহৰলৈ আহে সমগ্ৰ ঘটনা।

হত্যাৰ লগতে তেতেলীয়াত চুৰি কাণ্ডও সংঘটিত কৰিছিল ৪ অভিযুক্তই। অভিযুক্ত সকল ক্ৰমে- ছাইদুৰ ৰহমান, চুৰত জামাল, আব্দুল ৰচিদ আৰু ৰফিকুল ইছলাম।

অজিত চেতিয়া নামৰ ব্যক্তিজনক হত্যা কৰিছিল চাৰি অভিযুক্তই । অজিত চেতিয়া এমট্র’নৰ এগৰাকী অৱসৰপ্রাপ্ত বিষয়া আছিল।

হত্যাকাণ্ড ফাদিল হোৱাৰ পিছত পোহৰলৈ আহিছে তেতেলীয়াৰ চুৰি কাণ্ডৰ কথা। হত্যাৰ পাছত অভিযুক্তই চুৰি কৰি নিছিল লেপটপ, টিভি অলংকাৰৰ পৰা বহু মূল্যবান সা-সামগ্ৰী। ৰফিকুল, আব্দুল আৰু চুৰতৰ বাঘবৰৰ ঘৰত জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই বহু সামগ্ৰী জব্দ কৰে।

অভিযুক্তৰ ভাষ্যৰ ভিত্তিত উদ্ধাৰ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। ২৭ এপ্ৰিল, ২০২২ ত এই চুৰি আৰু হত্যাকাণ্ড সংঘটিত হৈছিল।

নৃশংসভাৱে গৃহস্থক হত্যা কৰি চুৰি কৰি নিলে সামগ্ৰী...
অংশীদাৰীৰ প্ৰতিবাদত উত্তাল খেৰকটা সমবায় চৌহদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in