কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে সাব্যস্ত কৰিলে ভোটাধিকাৰ…

কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে সাব্যস্ত কৰিলে ভোটাধিকাৰ…

author-image
asomiyapratidin
New Update
কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে সাব্যস্ত কৰিলে ভোটাধিকাৰ…

  • গোলাঘাটত ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছ নেত্ৰী অজন্তা নেওগে।
  • প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ফেচোৱাল গাঁৱৰ ১২২নং মোক্তাব প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে।
  • পুৱাই গৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।