অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপ সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ বৈঠক...

উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা

author-image
Asomiya Pratidin
New Update
অসম চৰকাৰৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপ সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ বৈঠক...

ajanta neog

ডিজিটেল ডেস্ক : শনিবাৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সংবাদ বিভাগৰ সদস্যসকলৰ সৈতে বিত্ত মন্ত্ৰী অজন্তা নেওগ এখন বৈঠকত মিলিত হয়। সভাত সৰ্বসাধাৰণ ৰাইজৰ মঙ্গলৰ অৰ্থে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিষয়ে সকলোকে অৱগত কৰে।

Advertisment

উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰামকৃষ্ণ ঘোষ, বিত্ত অৰ্থনীতি বিভাগৰ সঞ্চালক হেমন্ত কুমাৰ দেউৰী, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ অৰ্থনৈতিক কোষৰ আহ্বায়ক আৰু মেডিয়া পেনেলিষ্টৰ লগতে অন্যান্যসকল।

assam pijush hazarika ajanta neog