পীযুষ হাজৰিকাৰ মানুহ বুলি কৈ বিপদত বিধায়ক নিজাম উদ্দিন চৌধুৰী

পীযুষ হাজৰিকাৰ মানুহ বুলি কৈ বিপদত বিধায়ক নিজাম উদ্দিন চৌধুৰী

ডিজিটেল ডেস্ক : এইবাৰ পীযুষ হাজৰিকাৰ মানুহ বুলি কৈ বিপদত পৰিল আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী । এ আই ইউ ডি এফৰ নেতা গৰাকীৰ এই মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ । যাৰ বাবেই এতিয়া নিলম্বন হোৱাৰ দিশে নিজাম উদ্দিন চৌধুৰী ।

উল্লেখ্য যে, পীযুষ হাজৰিকাৰ মানুহ বুলি মন্তব্য কৰাৰ বাবে বিজেপিয়ে উপযুক্ত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ দিছিল বিধায়ক গৰাকীক । ৭ দিনৰ ভিতৰত বিধায়ক গৰাকীয়ে দিব লাগিব এই মন্তব্যৰ আঁৰৰ কাৰণ । বিধায়কগৰাকীৰ উত্তৰ সন্তোষজনক নহ'লে আগন্তুক সময়ত নিলম্বন হোৱাৰ সম্ভাৱনাই দেখা দিছে নিজাম উদ্দিনৰ সন্মুখত ।

পীযুষ হাজৰিকাৰ মানুহ বুলি কৈ বিপদত বিধায়ক নিজাম উদ্দিন চৌধুৰী
দিলীপ শৰ্মা-সুদক্ষিণ শৰ্মাৰ সুযোগ্য সন্তান ঋষিৰাজ শৰ্মা আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in