অসম মুখ্য-পৃষ্ঠা চাংসাৰী AIIMSত অঘটন, সপ্তম মহলাৰ পৰা পৰিল চিকিৎসক… চাংসাৰী AIIMSত অঘটন, সপ্তম মহলাৰ পৰা পৰিল চিকিৎসক… asomiyapratidin 08 Jun 2022 15:23 IST Follow UsNew Updateচাংসাৰীস্থিত AIIMSত অঘটন।বুধবাৰ সংঘটিত হয় এই ঘটনা।সপ্তম মহলীয়া অট্টালিকাৰ পৰা পৰিল চিকিৎসক।চিকিৎসকগৰাকীৰ নাম ফল্গু প্রতীম দাস।সংকটজনক অৱস্থাত চিকিৎসকজনক GNRCত ভৰ্তি।ঘটনাক লৈ AIIMSত চাঞ্চল্যৰ সৃষ্টি। assam aiimsআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক