New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- হোটেল ৰেডিশ্বন ব্লুত উপস্থিত মন্ত্ৰী অশোক সিংহাল
- বিসম্বাদী বিধায়ক সকলক সাক্ষাৎ কৰিব তেওঁ।
- ইতিমধ্যে ৰেডিশ্বন ব্লুত বাহৰ পাতিছে বিসম্বাদী ৪৯ বিধায়কে।
- অব্যাহত আছে মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকত।
- বিসম্বাদী বিধায়ক সকলৰ সৈতে আৰক্ষী আয়ুক্ত হৰমিত সিঙো উপস্থিত হৈছেগৈ।