New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক পৰীক্ষাৰ নতুন দিন ঘোষণা।
- ১৮ মে'ত স্থগিত হোৱা পৰীক্ষা অনুষ্ঠিত হ'ব ৬ জুনত।
- ২০ মে'ত স্থগিত হোৱা পৰীক্ষা অনুষ্ঠিত হ'ব ৭ জুনত।
- ২১ মে'ত স্থগিত হোৱা পৰীক্ষা অনুষ্ঠিত হ'ব ৮ জুনত।
- শিক্ষা সংসদে জাৰি কৰিছে এই নিৰ্দেশনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us