New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/ISBT.jpg)
ফাইল ফটো
- মহানগৰীত দূৰণিবটীয়া বাছ চলাচলৰ ক্ষেত্ৰত প্ৰশাসনৰ নতুন নিৰ্দেশনা।
- এতিয়াৰে পৰা আইএছবিটিত নাপাব দূৰণিবটীয়া বাছ।
- নিৰ্বাচনৰ বাবে এই নতুন নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।
- আই এছ বি টিৰ পৰিৱৰ্তে উজনিমুৱা বাছসমূহ চলিব খানাপাৰাৰ পৰা।
- ইফালে নামনিমুৱা বাছসমূহ আদাবাৰী আৰু জালুকবাৰীৰ পৰা চলিব।
- ২৩ এপ্ৰিললৈকে কাৰ্যকৰী হ'ব এই নতুন নিৰ্দেশনা।
- কিয়নো মণিৰাম দেৱান ট্ৰেড চেন্টাৰত হ'ব নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছত ষ্ট্ৰং ৰূম।
- তাতেই ৰখা হ'ব ই ভি এম সমূহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us