/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/169d6bfb-e6a7-4592-8d19-64a517b4ae05/download.jpg)
বি টি আৰৰ সম্প্রসাৰণৰ বিৰোধিতাত প্রতিবাদ অব্যাহত
ঢেকীয়াজুলিৰ জোৰাদিয়াত ৰাজপথত টায়াৰ জ্বলাই প্রতিবাদ
আদিবাসী ছাত্র সন্থাৰ প্রতিবাদী কাৰ্যসূচী
আজি সংগঠনটোৱে আহ্বান জনাইছিল ১২ঘণ্টীয়া বন্ধৰ
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ প্রতিবাদকাৰীৰ
মন্ত্রী অশোক সিংঘালৰো প্রতিকৃতি দাহ
চৰকাৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী প্রতিবাদকাৰীৰ।
আৰু পঢ়কঃ সংগীত শিল্পী নিলোৎপল বৰালৈ ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা