মহানগৰীৰ আদাবাৰীৰ ফুট ব্রীজত থকা লিফটত প্ৰায় ১ ঘন্টা ধৰি আৱদ্ধ এটি শিশু...

আদাবাৰীৰ ফুট ব্রীজত সংঘটিত হয় অঘটন

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ আদাবাৰীৰ ফুট ব্রীজত থকা লিফটত প্ৰায় ১ ঘন্টা ধৰি আৱদ্ধ এটি শিশু...

adabari

ডিজিটেল ডেস্ক : আদাবাৰীৰ ফুট ব্রীজত সংঘটিত হয় অঘটন। ফুট ব্ৰীজত থকা লিফটত আৱদ্ধ হয় এটি শিশু। চলিত অৱস্থাতে হঠাৎ বিকল হৈ পৰে লিফটো। উল্লেখ্য যে প্রায় এঘণ্টা ধৰি আৱদ্ধ হৈ ৰয় শিশুটি।

Advertisment

শেষত লিফট ভাঙি শিশুটিক উদ্ধাৰ কৰা হয়। চলিত অৱস্থাতে লিফট বন্ধ হোৱা এনেবোৰ ঘটনা সঘনাই সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। যান্ত্ৰিক বিজুতিৰ বাবে এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়।

assam guwahati adabari foot bridge