/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
দুৰ্ঘটনাত পতিত হৈছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বাহন
সাপেখাতীৰ পৰা এক অনুষ্ঠানত অংশ লৈ ঘুৰি অহাৰ পথত সংঘটিত হৈছে এই দুৰ্ঘটনা
যোৰহাটৰ বাসগৃহলৈ আহি আছিল দুয়ো
বাহন খনত আছিল বৰষা ৰাণীৰ স্বামী ভাস্কৰ বৰুৱা
সৌভাগ্যক্ৰমে বেছি আঘাত পোৱা নাই দুয়ো
তেওঁলোকৰ বাহন খন এখন দ্ৰুতবেগী এল্টো গাড়ীয়ে খুন্দা মৰাৰ ফলত সংঘটিত এই দুৰ্ঘটনা
বৰষা ৰাণী বিষয়াৰ বাহন খন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us