দুৰ্ঘটনাত পতিত হৈছে বৰষা ৰাণী বিষয়া

দুৰ্ঘটনাত পতিত হৈছে বৰষা ৰাণী বিষয়া
  • দুৰ্ঘটনাত পতিত হৈছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বাহন

  • সাপেখাতীৰ পৰা এক অনুষ্ঠানত অংশ লৈ ঘুৰি অহাৰ পথত সংঘটিত হৈছে এই  দুৰ্ঘটনা

  • যোৰহাটৰ বাসগৃহলৈ আহি আছিল দুয়ো

  • বাহন খনত আছিল বৰষা ৰাণীৰ স্বামী ভাস্কৰ বৰুৱা

  •  সৌভাগ্যক্ৰমে বেছি আঘাত পোৱা নাই দুয়ো

  • তেওঁলোকৰ বাহন খন এখন দ্ৰুতবেগী এল্টো গাড়ীয়ে খুন্দা মৰাৰ ফলত সংঘটিত এই দুৰ্ঘটনা

  • বৰষা ৰাণী বিষয়াৰ বাহন খন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in