
শিলচৰ NITৰ ৰেগিঙত জড়িত ছাত্রৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ
২০জন জ্যেষ্ঠ ছাত্রৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা কৰ্তৃপক্ষৰ
৫ জনক NITৰ পৰা বহিষ্কাৰ, ৬জনক হোষ্টেলৰ পৰা বহিষ্কাৰ
৯ জনক সকীয়নি পত্র প্রদান NIT কৰ্তৃপক্ষৰ
৩১ মাৰ্চত এজন কনিষ্ঠ ছাত্রক প্রহাৰৰ অভিযোগত এই ব্যৱস্থা গ্রহণ
ৰড, হকী ষ্টিক, লাঠীৰে দলবদ্ধ আক্রমণ কৰাৰ অভিযোগ