১১ গৰাকী ACS বিষয়াক IAS বিষয়ালৈ পদোন্নতি

 ১১ গৰাকী ACS বিষয়াক IAS বিষয়ালৈ পদোন্নতি
  • ৰাজ্যৰ ১১ গৰাকী ACS বিষয়াক IAS বিষয়ালৈ পদোন্নতি।

  • IAS লৈ পদোন্নতি মনিতা বৰগোহাই, গীতাঞ্জলি ভট্টাচাৰ্যক।

  • পদোন্নতি ফজুল হক চৌধুৰী, মঃ শ্বাহ নাৱাজ চৌধুৰী, কাব্যশ্রী মহন্তক।

  • স্মিতাক্ষী বৰুৱা, মালবিকা চৌধুৰী, ইন্দ্রেশ্বৰ কলিতাক পদোন্নতি।

  • IAS লৈ পদোন্নতি অৰুন্ধতী চক্রৱৰ্তী, দেৱ কুমাৰ কলিতাক।

  • কৌছৰ জামিল হিলালীকো IAS লৈ পদোন্নতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in