৯০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল যুটীয়া সচিব কে কে শৰ্মা...

দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী যুটীয়া সচিব

author-image
Asomiya Pratidin
New Update
৯০ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল যুটীয়া সচিব কে কে শৰ্মা...

ACS Joint Secretary Arrest

ডিজিটেল ডেস্ক : দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী যুটীয়া সচিব।উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল যুটীয়া সচিব কে কে শৰ্মা।

উল্লেখ্য যে প্রতিষ্ঠানৰ অনুজ্ঞাপত্র নবীকৰণৰ বাবে বিচাৰিছিল ধন সচিব গৰাকীয়ে। অভিযোগকাৰীৰ পৰা ৯০ হাজাৰ টকা লওতে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই। ইয়াৰ উপৰিও পূৰ্বেও বহুলোকৰ পৰা অনুজ্ঞাপত্র নবীকৰণৰ বাবে ধন বিচৰাৰ অভিযোগ উত্থাপন হৈছে।

assam guwahati ACS Joint Secretary