New Update
/asomiyapratidin/media/media_files/2025/06/23/picc-2025-06-23-09-43-26.jpg)
- চেচাঁ নদীত পিকনিক খাবলৈ গৈ প্ৰাণ গ’ল গহপুৰৰ দুজন ছাত্ৰৰ ৷
- গহপুৰৰ ককিলাগুৰিৰ পুলিন বৰা আৰু তীৰ্থ বৰদলৈ বাইক দুৰ্ঘটনাত নিহত ৷
- এখন টেক্টৰৰ লগত মুখামুখি সংঘৰ্ষত নিহত দুই ছাত্ৰৰ ৷
- আনহাতে এই ঘটনাত টেক্টৰ চালকসহ তিনিজনৰ মৃত্যু হয় ৷
- এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ যে তেওঁলোকৰ বাইক খন সম্পূৰ্ণ ৰূপে জ্বলি যায়।
- দেওবাৰে সন্ধিয়া হয় এই দুৰ্ঘটনাটো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us