গৌৰীপুৰ আলমগঞ্জত পথ দুৰ্ঘটনা...

গৌৰীপুৰ আলমগঞ্জত শোকাৱহ পথ দুৰ্ঘটনা। ▪️১৭নং ৰাষ্ট্ৰীয় ঘাইপথত টেম্পুৰ তলত পৰি থিতাতে নিহত এজন ছাত্ৰ। ▪️নিহত ছাত্ৰ জন পানবাৰী বাবুৰ আলগাৰ আবু খেয়াৰ বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
ujjjdd

▪️গৌৰীপুৰ আলমগঞ্জত শোকাৱহ পথ দুৰ্ঘটনা।

▪️১৭নং ৰাষ্ট্ৰীয় ঘাইপথত টেম্পুৰ তলত পৰি থিতাতে নিহত এজন ছাত্ৰ।

▪️নিহত ছাত্ৰ জন পানবাৰী বাবুৰ আলগাৰ আবু খেয়াৰ বুলি জানিব পৰা গৈছে।

▪️এখন নম্বৰ প্লেট বিহীন টেম্পুৰ যাত্ৰী হিচাপে আছিল নিহত যুৱকজন।

▪️টেম্পুৰ আগত বাটৰুৱা কুকুৰ  হোৱাৰ ফলত টেম্পুখন নিয়ন্ত্ৰণহীনহৈ বাগৰি পৰে।

▪️বাগৰি পৰা টেম্পু খনৰ তলত পৰি জন থিতাতে নিহত হয় ছাত্ৰজন। 

▪️ইতিমধ্যে গৌৰীপুৰ যান বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

দুৰ্ঘটনা