ৰাজ্য় জোকাৰি যোৱা অভি, নীল হত্যাকাণ্ড গোচৰৰ শুনানি…

ৰাজ্য় জোকাৰি যোৱা অভি, নীল হত্যাকাণ্ড গোচৰৰ শুনানি…

author-image
asomiyapratidin
New Update
ৰাজ্য় জোকাৰি যোৱা অভি, নীল হত্যাকাণ্ড গোচৰৰ শুনানি…

  • নগাঁও আদালতত নীল, অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি।
  • তদন্তকাৰী আৰক্ষী বিষয়াৰ সাক্ষ্য গ্ৰহণ নগাঁও আদালতৰ।
  • পৰৱৰ্তী সময়ত বিপক্ষৰ অধিবক্তাই জেৰা কৰিব তদন্তকাৰী আৰক্ষী বিষয়াক।
  • মুঠ ৭১ গৰাকী সাক্ষীৰ ৬৯ গৰাকীৰ সাক্ষ্য গ্ৰহণ সম্পন্ন নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত।
  • ৬৯ গৰাকী সাক্ষীৰ ৭ গৰাকীয়ে ভাষ্য সলনি কৰাৰ অভিযোগ নীল অভিৰ পিতৃৰ।
  • তদন্তকাৰী আৰক্ষীৰ বিষয়াৰ সাক্ষ্য দানত সন্তুষ্ট নীল, অভিৰ দুই পিতৃ।
  • ২০১৮ চনতে ডকমকাত সংঘটিত হৈছিল নিলোৎপল দাস আৰু অভিজিৎ নাথৰ নৃশংস হত্যাকাণ্ড।
  • ঘটনাৰ ৪৭ গৰাকী অভিযুক্ত এতিয়াও হৈ আছে কাৰাবন্দী।
  • দোষীৰ চূড়ান্ত শাস্তি কামনা নীল, অভিৰ দুই পিতৃৰ।
nagaon assam murder case