New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/abdul-khaleque.jpg)
- বৰপেটাত ভোটাধিকাৰ সাব্যস্ত কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে।
- পত্নীৰ সৈতে জনিয়া সমষ্টিৰ বটটাৰী ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে তেওঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/abdul-khaleque-new.jpg)
- ইফালে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ভোট দিয়ে নিজৰ জয় নিশ্চিত বুলি কৰিলে মন্তব্য।
- তেওঁৰ সৈতে ভোটদানৰ সময়ত যায় বহু সমৰ্থক।