New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/barpeta2d4f72a9-68a6-4f80-af66-bbbe9841a330.jpg)
- বৰপেটাত বৃহৎ জয়ৰ দিশে কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক।
- বৃহৎ ভোটৰ ব্যৱধানত পিছ পৰি ৰৈছে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস।
- অগপ প্ৰাৰ্থীগৰাকীতকৈ ১২২৪১৭ ভোটত আগবাঢ়ি আছে খালেক।
- আব্দুল খালেকে লাভ কৰিছে ৬১৭৬১০টা ভোট।
- বৰপেটাৰ কংগ্ৰেছ সমৰ্থৰ মাজত আনন্দময় পৰিৱেশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us