/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/43a28f47-ed6f-45ce-944e-3b0dc596ad42/abadot_choudhury_09.jpg)
abadot choudhury abadot choudhury
ডিজিটেল ডেস্কঃ চলচিত্ৰ প্ৰযোজক, বিতৰক এবাদত চৌধুৰী আৰু নাই। উল্লেখ্যে যে, জনপ্ৰিয় অসমীয়া ছবি 'কাদম্বৰী'ৰ প্ৰযোজক আছিলএবাদত চৌধুৰী।
অসমীয়া চলচ্চিত্ৰৰ জ্যেষ্ঠ বিতৰক এবাদত চৌধুৰী আজি পুৱা ৫ বজাত বি বৰুৱা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল৭০ বছৰ।
মহানগৰীৰ আঠগাওঁ নিবাসী এবাদত চৌধুৰীয়ে ইহ সংসাৰত তেওঁ পত্নী আৰু তিনিগৰাকী কন্যা সন্তান এৰি থৈ গৈছে।