গুৱাহাটী পৌৰ নিৰ্বাচন; প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ‘আপ’ৰ…

গুৱাহাটী পৌৰ নিৰ্বাচন; প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ‘আপ’ৰ…

author-image
asomiyapratidin
New Update
পশ্চিমবংগত কাৰ সৈতে মিত্ৰতা কৰিব আপে? ক'লে...

ডিজিটেল ডেস্ক: সমাগত গুৱাহাটী পৌৰ নিগম নিৰ্বাচন। ৰাজ্যত কিছুদিন পূৰ্বে হৈ যোৱা পৌৰসভা নিৰ্বাচনৰ পিচত প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰে আম আদমী পাৰ্টীয়ে। ইতিমধ্যে আপে দুখন তালিকা প্ৰকাশ কৰিছে আৰু আজি সন্ধিয়ালৈকে প্ৰকাশ পাব তৃতীয়খন তালিকা।

Advertisment

জানিব পৰা মতে ৬০ টা ৱাৰ্ডতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আপে।

প্ৰথম তালিকা
আম আদমী পাৰ্টীয়ে ঘোষণা কৰা দ্বিতীয়খন তালিকা।
aap guwahati municipal election