New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident
আমগুৰিৰ চামগুৰিত পথ দুৰ্ঘটনা।
দ্রুতবেগী বাহনে মহটিয়াই নিলে বাইক আৰোহীক।
থিতাতে নিহত বালিপথাৰৰ বমেন চন্দ্র গগৈ।
ৰজাময়দামৰ দলঙৰ সমীপত সংঘটিত এই ঘটনা।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনসহ চালকৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us