/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/df51d081-abd3-47a7-ae9c-9e97d4d5f574/aap.jpg)
AAP demands release victor Das
ডিজিটেল ডেস্ক : বিনাচৰ্তে ভিক্টৰ দাসক মুকলি কৰি দিয়াৰ দাবীত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰা হয়। আপ যুৱ শক্তিৰ সদস্য সকলে ভিক্টৰ দাসক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনায়।
এই গ্রেপ্তাৰে নিযুক্তি প্রক্রিয়াত অনিয়ম হোৱাটোকে প্রতিপন্ন কৰিছে। ইয়াৰ উপৰিও ‘অসমৰ নিবনুৱাৰ বাবে মাত মতাই কাল হ’ল নেকি ভিক্টৰৰ’, ‘ভিক্টৰ দাসৰ গ্রেপ্তাৰে দুষ্ট চক্রক উৎসাহ দিছে’ বুলি সংবাদমেলত ব্যক্ত কৰে।
‘দুৰ্নীতি বিৰোধী যুঁজত আপক সহায় কৰাৰ আহ্বান জনোৱাৰ লগতে যদি কোনো পৰীক্ষাৰ্থীৰ সৈতে কিব্য তথ্য আছে তেন্তে আপৰ সৈতে যোগাযোগ কৰাৰ আহ্বান জনায় সংবাদমেলত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us