/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/464ec542-8fbe-4130-b020-b476f9718fd8/AABSU.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰৰে পৰা চিকিৎসাধীন হৈ আছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়ো। গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত চিকিৎসাধীন সভাপতি গৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a758a7ac-d542-4b49-8f24-f0dca000ee22/WhatsApp_Image_2023_05_22_at_6_35_44_PM.jpeg)
চিকিৎসাধীন সভাপতি গৰাকীৰ খবৰ লবলৈ আজি চিকিৎসালয়ত উপস্থিত হ'ল নিখিল বড়ো ছাত্ৰ সন্থা। এবছুৰ উপ-সভাপতি খোৰোমদাও ৱাৰীৰ নেতৃত্বত খবৰ লবলৈ যোৱা দলটিত এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, বিত্ত সম্পাদক ৰঞ্জিত নাৰ্জীনাৰীৰ লগতে চিৰাং জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।
Also Read: বিধায়ক পদ্ম হাজৰিকাক অসম মানৱ অধিকাৰৰ বিশেষ বঁটা...