New Update
/asomiyapratidin/media/media_files/2025/04/05/Bwl6MVYYCU2lenOfUbN0.jpg)
চলন্ত চকৰীৰ পৰা পৰি আহত এজন
- লামডিঙৰ শীতলা পূজাৰ মেলাত অঘটন
- চলন্ত চকৰী পৰা পৰি গুৰুত্বৰভাবে আহত এজন লোক
- চুনামী নামৰ চলন্ত চকৰীৰ পৰা পৰে লোকজন
- ভালদৰে চিট্ বেল্ট নলগোৱাৰ ফলতে পৰি যোৱাৰ সন্দেহ
- ততাতৈয়াকৈ ব্যক্তিগৰাকীক উদ্ধাৰ কৰি লৈ যোৱা হয় চিকিৎসালয়লৈ
- আহত ব্যক্তিগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই