New Update
/asomiyapratidin/media/media_files/2025/04/02/A3vkZevtZXf6JD9z595U.jpg)
বিদ্যুৎস্পৃষ্ট যুৱকৰ কৰুণ মৃত্যু
- চৰাইদেউ সোণাৰিত বিদ্যুৎস্পৃষ্ট এজনৰ কৰুণ মৃত্যু
- মৃত্যুক সাৱটিলে নাফুক দলৈ বস্তিৰ বিকি মুড়া নামৰ যুৱকজনে
- বাঁহনিত বাঁহ কাটি অৱস্থাত বিদ্যুৎস্পৃষ্ট হয় যুৱকজন
- কেঁচা বাঁহত বিদুৎ সৰবৰাহৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আকোঁৱালি লয়