৪০ জনীয়া অৰুণাচলী দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে অসমৰ যুৱককঃ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে…

৪০ জনীয়া অৰুণাচলী দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে অসমৰ যুৱককঃ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে…

author-image
asomiyapratidin
New Update
৪০ জনীয়া অৰুণাচলী দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে অসমৰ যুৱককঃ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে…

ডিজিটেল সংবাদ লখিমপুৰঃ অসম অৰুণাচল সিমান্তৱৰ্তী ৰূপহী ৰাজগড়ত উত্তপ্ত পৰিস্থিতি। ৪০ জনীয়া অৰুণাচলী দূৰ্বৃত্তই চোকা অস্ত্ৰ যাঠি, জোং ,ৰ'ড লৈ অসমৰ ৬ জনীয়া যুৱকক আক্ৰমণ কৰে ৷ সোমবাৰে নিশা এক বজাত এই ঘটনা সংঘটিত হয় ৷

Advertisment

অৰুণাচলৰ ৪ জনীয়া যুৱকৰ দল এটাই দুভাগ নিশা ৰুপহী ৰাজগড়ত পায়চাৰি কৰে। গাঁওৰক্ষী বাহানীৰ দলটোৱে তেওঁলোকক সোধা পোচা কৰি যাবলৈ দিয়ে ৷ তাৰ পাছতেই যুৱক কেইজনৰ নেতৃত্বত প্ৰায় ৪০ জনীয়া আৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে অতৰ্কিতে গাঁওৰক্ষী বাহিনীৰ যুৱক কেইজনক আক্ৰমণ কৰে ৷

ঘটনাৰ ২৪ ঘন্টাৰ সময় উকলি যোৱাৰ পাছতো প্ৰশাসনে দোষীক কৰায়ত্ত কৰিব নোৱাৰাত ৰাজগড়ত অৰুণাচলীৰ বিৰুদ্ধে পথ অৱৰোধ কৰে আছুৱে ৷

assam lakhimpur asaam arunachal boarder clash aeunachal arunachal police rajgarh boarder clash Assam police