কলা শাখাত ৯৫.৬৭ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ধেমাজি…

কলা শাখাত ৯৫.৬৭ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ধেমাজি…

author-image
asomiyapratidin
New Update
কলা শাখাত ৯৫.৬৭ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ধেমাজি…

ডিজিটেল ডেস্ক: আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ ফলাফলৰ কলা শাখাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ ধেমাজি জিলাত। জিলাত খনত কলা শাখাত ৯৫.৬৭ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় কলা শাখাত।

দ্বিতীয় স্থানত থাকে নলবাৰী। জিলাখনত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৩.৫৪ শতাংশ। অন্যহাতে তৃতীয় স্থানত আছে লখিমপুৰ জিলা। জিলাখনত উত্তীৰ্ণৰ হাৰ ৯২.৯৯ শতাংশ।

উল্লেখ্যে, এই ফলাফলত কামৰূপ মেট্ৰ'ত উত্তীৰ্ণৰ হাৰ৮১.৫২ শতাংশ লগতে কামৰূপ গ্ৰাম্যত উত্তীৰ্ণৰ হাৰ ৮২.৯৭ শতাংশ।

আৰু পঢ়ক: বিজ্ঞান শাখাত ৯৮.২৭ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত বাক্সা…

assam dhemaji nalbari hs results