New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- শিৱসেনাৰ বিদ্রোহী নেতা একনাথ সিন্দেৰ শক্তি বৃদ্ধি।
- ৰেডিছন ব্লুত বাহৰ ৪৬ বিসম্বাদী বিধায়কৰ।
- বৃহস্পতিবাৰে গুৱাহাটী পায়হি বিধায়ক কেইগৰাকী।
- বিধায়ক কেইগৰাকী হ'ল-দীপক কেশাকৰ,মংগেশ কুদালকাৰ আৰু চাদা সাৰভনকাৰ।
- ৩৭ গৰাকী শিৱসেনা বিধায়কৰ বাহৰ ৰেডিছন ব্লুত।
- ৯ গৰাকী নিৰ্দলীয় বিধায়কৰ বাহৰ ৰেডিছন ব্লুত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us