New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/89-new-corona-cases-detected-in-assam-22.jpg)
- অসমত নতুনকৈ ৮৯ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
- স্বাস্থ্য বিভাগে সদৰি কৰিছে এই কথা।
- ইয়াৰে ৩০ গৰাকী লোক বাক্সা জিলাৰ।
- ঠিক তেনেদৰে বৰপেটাৰ ২০ গৰাকী লোক, ১৫ গৰাকী কামৰূপ মহানগৰ জিলাৰ।
- কোকৰাঝাৰৰ ৯ গৰাকী লোক, যোৰহাটৰ ৬ গৰাকী, ২ গৰাকী গোলাঘাটৰ, নগাঁও আৰু শোণিতপুৰ জিলাৰো আছে ২ গৰাকীকৈ লোক।
- ধেমাজি, বঙাইগাঁও আৰু বিশ্বনাথৰ এগৰাকীকৈ লোক কোৰোনাত আক্ৰান্ত হৈছে।
- কোৰোনাত আক্ৰান্ত হোৱা লোকৰ মুঠ সংখ্যা ৪,৬৯৪লৈ বৃদ্ধি পাইছে।
- ইফালে গোলাঘাটৰ কোৰোনা আক্ৰান্ত সকল গোলাঘাটৰ এখন নাৰ্ছিং হোমৰ বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/89-new-corona-cases-detected-in-assam-1024x461.jpg)