/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6e93d56a-546b-4990-bd18-c9afd73bdbee/pfi.jpg)
সোমবাৰে নিশা PFI ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
সোমবাৰে নিশা PFI ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
মুঠ ৮ জন পি এফ আই সদস্যক আটক।
কামৰূপ জিলাৰ নগৰবেৰা অঞ্চলৰ পৰা ৭ জনক আটক ।
ধৃত PFI সদস্যসকল ক্ৰমে-খুৰশ্চেদ আলম ,শ্বহিদুল ইছলাম ,সদাগৰ আলী ,চালেমা ইয়াচমিতা ,ৰফিকুল ইছলাম, আৰু আশ্চিক জিয়াউল ।
আনহাতে দলগাঁৱৰ পৰা আটক আনিছ জামান নামৰ আন এজন পিএফআইৰ সদস্য ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us