New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/agrani-batory-4.jpg)
- বুধবাৰৰ পৰা আগোন্তুক ৭ দিনলৈ লামডিঙক কণ্টেইনমেণ্ট জন ঘোষণা।
- ১৪ জুলাইলৈকে কন্টেইনমেন্ট জ'ন হিচাবে থাকিব লামডিং।
- হোজাই জিলাৰ ভিতৰত লামডিঙত পুনৰ কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ হেতুকে এই পদক্ষেপ জিলা উপায়ুক্তৰ।
- সমগ্ৰ লামডিং টাউনৰ লগতে লামডিঙৰ তিনিওতা পঞ্চায়ত অঞ্চলক জিলা প্ৰশাসনে কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে ৷
- জৰুৰীকালিন তথা বিশেষ অনুমতি অবিহনে লামডিঙত প্ৰৱেশ কৰা তথা লামডিঙৰ পৰা বাহিলৈ ওলোৱাত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ।
- গেলামাল, শাকপাচলি, গাখীৰৰ লগতে ফলমূলৰ দোকান পোহৰৰ বাহিৰে সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান ১৪ জুলাইলৈ বন্ধৰ নিৰ্দেশ ৷