পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ…

পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • দেশৰ ১২খন ৰাজ্যৰ মুঠ ৯৬টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • দেশৰ ১৬৩৪ জন প্ৰাৰ্থীৰ হ'ব ভাগ্য নিৰ্ণয়।
  • অসমৰ ৫টা সংসদীয় সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
  • সমষ্টি কেইটা হৈছে- কৰিমগঞ্জ, শিলচৰ, স্বায়ত্ত শাসিত জিলা (ডিফু), মঙলদৈ আৰু নগাঁও।
  • সকলো ভোটগ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
  • ইতিমধ্যে প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰত সম্পূৰ্ণ হৈছে যাৱতীয় কাম-কাজ।
  • যিকোনো ধৰণৰ অসুবিধাৰ মোকাবিলা কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।