ষষ্ঠ স্থানেৰে অনুৰাগে পশ্চিম দৰঙলৈ আনিলে গৌৰৱ, চাওক VIDEO

ষষ্ঠ স্থানেৰে অনুৰাগে পশ্চিম দৰঙলৈ আনিলে গৌৰৱ, চাওক VIDEO

author-image
asomiyapratidin
New Update
ষষ্ঠ স্থানেৰে অনুৰাগে পশ্চিম দৰঙলৈ আনিলে গৌৰৱ, চাওক VIDEO

ডিজিটেল সংবাদ, আন্ধেৰীঘাটঃ মেট্ৰিকত ষষ্ঠ স্থান লাভ কৰি পশ্চিম দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে বুঢ়াৰ অনুৰাগ বৰ্মনে। ৫৮৮নম্বৰ লাভ কৰি এই স্থান দখল কৰে দৰঙৰ সন্তান গৰাকীয়ে। অমিতাভ বৰ্মন আৰু উষা ৰাণী বৰ্মনৰ পুত্ৰ অনুৰাগ উদয়ন শান্তি নিকেতন, বেজেৰাৰ ছাত্ৰ।

অসমীয়া বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় লোৱা অনুৰাগে ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ সপোনৰ কথা ব্যক্ত কৰে।