অসম মুখ্য-পৃষ্ঠা জিনজিৰাম নদীত গা ধুবলৈ গৈ নিখোজ পাঁচ বছৰীয়া শিশু… জিনজিৰাম নদীত গা ধুবলৈ গৈ নিখোজ পাঁচ বছৰীয়া শিশু… asomiyapratidin 27 Aug 2022 13:09 IST Follow UsNew Updateহাটশিঙিমাৰীৰ সুখচৰ বেপাৰীপাৰাত জিনজিৰাম নদীত গা ধুবলৈ গৈ নিখোজ পাঁচ বছৰীয়া এটি শিশু ।শিশুটিৰ নাম মেৰিনা খাতুন ।সমনীয়াৰ সৈতে নদীত গা ধুই থকা অৱস্থাত নিখোজ হৈ পৰে ।আৰক্ষী, এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে । আৰু পঢ়ক :নগাঁৱত ৪০০ বেগ চোৰাং চাউল জব্দ, দুজনক আটক hatsingimari assamআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক