পুৱা ৯ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

পুৱা ৯ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • ডিব্ৰুগড়ত পুৱা ৯ বজালৈকে ৫ শতাংশ ভোটদান।
  • যোৰহাটত পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ ১১ শতাংশ।
  • লখিমপুৰত পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ ১৪ শতাংশ।
  • তেজপুৰত পুৱা ৯ বজালৈ ভোটদানৰ হাৰ ৯ শতাংশ।
  • পুৱা ৯ বজালৈকে কলিয়াবৰত ভোটদানৰ হাৰ ১৭ শতাংশ।