New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kkk.jpg)
- কাজিৰঙাৰ বাঘ হত্যাৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তক গ্ৰেপ্তাৰ।
- ৫ অভিযুক্তক গ্রেপ্তাৰ বন বিভাগৰ।
- কহঁৰা বনাঞ্চলৰ ১নং শিলডুবি এলেকাৰ পৰা গ্রেপ্তাৰ বনবিভাগৰ।
- গ্রেপ্তাৰ শ্যামল শুক্লবৈদ্য, হীৰা মুণ্ডা, জয়ৰাম চাওঁৰা, সঞ্জয় চাওঁৰা, ৰাজেশ গোৱালাক।
- আটাইকেইজনক লৈ বৰ্তমান তদন্ত অব্যাহত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us