বাইক ষ্টান্ট কৰি আৰক্ষীৰ জালত ৫ যুৱক...

বাইক ষ্টান্টৰ বাবে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে কিছুদিন পূৰ্বে কৰিছিল এক বিশেষ আহ্বান। তাৰ পাছতেই সষ্টম হৈ উঠিছে অসম আৰক্ষী।
বাইক ষ্টান্ট কৰি আৰক্ষীৰ জালত ৫ যুৱক...

ডিজিটেল ডেস্ক: বাইক ষ্টান্টৰ বাবে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে কিছুদিন পূৰ্বে কৰিছিল এক বিশেষ আহ্বান। তাৰ পাছতেই সষ্টম হৈ উঠিছে অসম আৰক্ষী।

সোমবাৰে হাইলাকান্দি আৰক্ষীয়ে বাইক ষ্টান্ট কৰা ৫ জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে, ৰাজপথত বাইক ষ্টান্ট কৰিলে কাকো ৰেহাই দিয়া নহয়।

 গ্ৰেপ্তাৰ হোৱা যুৱক কেইজন- নুৰ আমিন, আব্দুৰ ৰহমান, ফকৰুল ইছলাম, আব্দুল আজিজ আৰু ইকবাল হুচেইন। এই আটাইকেইজন হাইলাকান্দি জিলাৰ বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃ বিক্ৰী কৰা অসমৰ ৬ কিশোৰী উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in