/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/888b24d0-6914-4975-ba1c-ce9018a21f01/AP FOR WEB AAP.jpg)
দল বিৰোধী কাৰ্যকলাপত লিপ্ত আপৰ ৫ কৰ্মীক বহিষ্কাৰ।
কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত মৰ্মে ৫গৰাকী কৰ্মীক দলৰ পৰা বহিষ্কাৰ।
এক বিজ্ঞপ্তিযোগে এই কথা ৰাজহুৱা কৰিছে আম আদমি পাৰ্টীয়ে।
দলৰ পৰা বহিষ্কাৰ হোৱা ব্যক্তি কেইগৰাকী হৈছে নৰায়ণ দত্ত ভূঞা, ব্ৰজেন কুমাৰ সন্দিকৈ, অনুৰূপা বড়ো, মুনিন গগৈ আৰু চন্দনজ্যোতি ফুকন।
Also Read: দিল্লী আৰক্ষীৰ অভিযান : নগাঁৱত দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ