/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a53fd5fa-e08c-43bb-8901-9ef2de5bae2c/AP_FOR_WEB_rape.jpg)
-
মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা।
-
এজন পাষাণৰ কামনাৰ বলি হ'ল এটি ৪ বছৰীয়া শিশু।
-
উলুবাৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা।
-
ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে।
-
দেওবাৰে পোহৰলৈ আহে এই ঘটনা।
-
বৰ্তমান চিকিৎসাধীন হৈ আছে শিশুটি।
-
অভিযুক্তজন আত্মীয় বুলি জানিব পৰা গৈছে।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।