New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e8c6e5b8-406f-4fee-88e5-71efaddfddb1/download.jpg)
শুকুৰবাৰে ৰাজ্যত পুনৰ অভিযান চলিল PFIৰ বিৰুদ্ধে।
কামৰূপ জিলাৰ ভিন্ন প্রান্তৰ পৰা PFIৰ চাৰি সদস্যক গ্রেপ্তাৰ।
নগৰবেৰাৰ পৰা গ্রেপ্তাৰ ৩ সদস্যক।
গ্রেপ্তাৰ গাগলমাৰিৰ নজৰুল ইছলাম, নতুন বদলাৰ ৰফিকুল ইছলাম।
পালহাৰটাৰিৰ পৰা গ্রেপ্তাৰ হাফিজুৰ ৰহমানক।
আনজন সদস্য ছয়গাঁৱৰ গৰৈমাৰীৰ ছাইফুল ইছলাম।