কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত ৪ পি এফ আইৰ সদস্য গ্ৰেপ্তাৰ

শুকুৰবাৰে ৰাজ্যত পুনৰ অভিযান চলিল PFIৰ বিৰুদ্ধে।
কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত ৪ পি এফ আইৰ সদস্য গ্ৰেপ্তাৰ
  • শুকুৰবাৰে ৰাজ্যত পুনৰ অভিযান চলিল PFIৰ বিৰুদ্ধে।

  • কামৰূপ জিলাৰ ভিন্ন প্রান্তৰ পৰা PFIৰ চাৰি সদস্যক গ্রেপ্তাৰ।

  • নগৰবেৰাৰ পৰা গ্রেপ্তাৰ ৩ সদস্যক।

  • গ্রেপ্তাৰ গাগলমাৰিৰ নজৰুল ইছলাম, নতুন বদলাৰ ৰফিকুল ইছলাম।

  • পালহাৰটাৰিৰ পৰা গ্রেপ্তাৰ হাফিজুৰ ৰহমানক।

  • আনজন সদস্য ছয়গাঁৱৰ গৰৈমাৰীৰ ছাইফুল ইছলাম।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in