New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/rrrr.jpg)
- ৰাজ্যসভালৈ দেশৰ বিশেষ ৪ গৰাকী ব্যক্তিক মনোনীত
- বিভিন্ন ক্ষেত্রৰ ৪ গৰাকী ব্যক্তিক মনোনীত ৰাষ্ট্রপতিৰ।
- এথলীট পি টি উষা, সংগীত শিল্পী ইলেয়া ৰাজাক মনোনীত।
- সমাজসেৱক বীৰেন্দ্র হেগড়েক ৰাজ্যসভালৈ মনোনীত।
- ৰাজ্যসভালৈ মনোনীত হৈছে ছবি নিৰ্মাতা বিজয়েন্দ্র প্রসাদ।
- মনোনীত ৪ সাংসদক প্রধানমন্ত্রীৰ টুইটযোগে অভিনন্দন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us