/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/11/earthquick.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰে সন্ধিয়া ৰিখটাৰ স্কেলত ৪.৭ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অসমক। ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ মতে, আজি আবেলি ৫.৫৪ বজাত কম্পন অনুভূত হৈছিল।
ভূমিকম্পটোৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ উত্তৰ পশ্চিমৰ ১৭ কিলোমিটাৰত ১০ কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে।ভুমিকম্পটোৰ কম্পন কামৰুপ মেট্ৰো আৰু গ্ৰাম্যৰ লগতে চুবুৰীয়া জিলাসমূহতো অনুভূত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us