New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-agrani.jpg)
- পুৱা ৭ বজাৰ পৰা ৰাজ্যত আৰম্ভ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
- ১৩খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত এলেকাৰ ১১৬ সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
- অসমতো ৪টা সমষ্টিত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4zR2j-XsAAWQVE.jpg)
- অসমৰ চাৰিটা সমষ্টিত মুঠ ৭৪,৭৭,০৬২ ভোটাৰে নিৰ্ণয় কৰিব ৫৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
- সমষ্টি কেইটাৰ ৯৫৭৭টা ভোটকেন্দ্ৰত হ'ব ভোটগ্ৰহণ।
- ৰাজ্যৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিয়োজিত কৰা হৈছে ৩৮,৩০৮গৰাকী নিৰ্বাচনী বিষয়া।
- ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বত্ৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে প্ৰশাসনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4zR4TrWsAAKdsA.jpg)
- কোনো ঠাইতে যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ২০০ টা আৰক্ষী-নিৰাপত্তাৰক্ষী বাহিনীৰ কোম্পানী মোতায়েন।
- সমষ্টি কেইটাৰ নিৰ্বাচন আয়োগে ৪৩৬জন পৰ্যবেক্ষক নিযুক্তি দিছে।
- একেদৰে চাৰি সমষ্টিৰ বিভিন্ন প্ৰান্তত ৮৩টা ভিডিঅ' নিৰীক্ষকো থাকিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us